23rd Spring Fest and Rongali Bihu 2024

Event Location:

Freedom International School Ground, HSR Layout, Bangalore, Sector 4, HSR Layout, Bengaluru, Karnataka 560102, Bengaluru, Karnataka, 560025, India

Event Description

Online Booking Closed ! Come directly to the event for on spot booking !

অসমৰ পৰা বহু যোজন দূৰৈত আমাৰ বাংগালোৰ চহৰত, আপোনালোকৰ আশা আৰু উৎসাহক সঁহাৰি জনাই অসম ছছাইটি , বাঙ্গালোৰে বিগত বছৰ সমূহৰ দৰেই প্ৰবল উৎসাহেৰে এইবাৰো উদযাপন কৰিবলৈ গৈ আছে আমাৰ অতি মৰমৰ হেপাহৰ ৰঙালী বিহুটি ।

আমি জনাবলৈ পাই সুখী হৈছো যে অসম ছছাইটি, বাঙ্গালোৰৰ বহু প্ৰতিক্ষীত ২৩ তম ৰঙালী বিহু অনুষ্ঠানটোত অতিথি শিল্পী হিচাপে গীতৰ যাদু লৈ আমাৰ মাজলৈ আহি আছে আমাৰ সকলোৰে আপোন “নীল আকাশ” ।

৭ এপ্ৰিল ৰবিবাৰে Freedom International School Ground, HSR Layout, Bangalore ত আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ নীল আকাশৰ সুৰৰ যাদুত মোহাচ্ছন্ন হোৱাৰ লগতে অসম ছছাইটি অফ বেংগালুৰুৰ বিহু উদযাপনত আপোনালোক সকলোৰে সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছো।

The Assam Society of Bangalore is preparing to host its 23rd Spring Festival on April 7th (Sunday) at the Freedom International School Ground in HSR Layout, Bangalore. The highlight of the cultural evening will be the captivating performance by the renowned singer “Neel Akash”. Your presence would be greatly appreciated as we strive to uphold and promote Assamese culture, even 3000 km away from our homeland.

Date : 7th April (Sunday)
Venue : Freedom International School Ground, HSR Layout, Bangalore
Timings : 3:30PM – 10:30PM

Location:-
Freedom International School Ground, HSR Layout, Bangalore
https://g.co/kgs/kSkbne

Contact: 9886675985/8748008777

Organized By :  
Event Location

Freedom International School Ground, HSR Layout, Bangalore, Sector 4, HSR Layout, Bengaluru, Karnataka 560102, Bengaluru, Karnataka, 560025, India

Event Location
Scroll to Top