24th spring fest & Rongali Bihu Celebration, 2025
Countdown for Rongali Bihu 2025:
সকলোকে আগন্তক অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। বিহু অসমীয়াৰ জাতীয় সত্তা আৰু সাংস্কৃতিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংগ । প্ৰেম-ভ্ৰাতৃত্ব, ঐক্য আৰু সুখ সমৃদ্ধিৰ প্ৰতিশ্ৰুতি বহনকাৰী আমাৰ চেনেহৰ ৰঙালী বিহুটিক বাংগালোৰত বসবাস কৰা সকলো অসমীয়া জাতি – জনগোষ্ঠীৰ সন্মিলিত প্ৰচেষ্টাৰে প্ৰতি বছৰৰ দৰে এইবেলিও অহা ১২ আৰু ১৩ এপ্ৰিল, ২০২৫ তাৰিখে প্ৰথম বাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে সকলোৰে পৰিচিত “ফ্ৰিডম ইন্টাৰনেচনেল স্কুল”(HSR Layout) ৰ খেলপথাৰত উদযাপন কৰিবলৈ মনস্থ কৰা হৈছে ।
১২ এপ্ৰিল শনিবাৰে, বলিষ্ঠ কণ্ঠেৰে মঞ্চ কঁপাবলৈ আৰু আপোনালোকক প্ৰাণভৰি নচুৱাবলৈ আমাৰ মাজলৈ আহি আছে যুৱ-প্ৰজন্মৰ হাৰ্ট-থ্ৰব আমাৰ অতি মৰমৰ “জুবিন গাৰ্গ” । ১৩ এপ্ৰিল ৰবিবাৰে, আমাৰ মাজলৈ গীতৰ যাদু লৈ আহি আছে বিদূৰ ভাই” নামেৰে পৰিচিত বৰ্তমানৰ সাংস্কৃতিক জগত খনত আলোৰণৰ সৃষ্টি কৰি থকা “আচুৰ্য বৰপাত্ৰ”। লগতে অনুষ্ঠানৰ আঁত ধৰিবলৈ আহি আছে অসমৰ জনপ্ৰিয় কমেডিয়ান, ঘোষক তথা ইউটিউবাৰ “হৰপাল শইকীয়া” ।
অসম চ’ছাইটী, বাংগালোৰৰ উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া এই ২৪ তম ৰঙালী বিহু সন্মিলনত আপোনালোকৰ মূল্যৱান উপস্থিতি, সহযোগিতা আৰু সমৰ্থনে সাফল্যমণ্ডিত কৰি তুলিব বুলি আশা কৰিলো ।

With the vibrant spirit of spring in the air, we extend our heartfelt greetings to everyone on the occasion of the Assamese New Year and Rongali Bihu! Bihu is not just a festival; it is an inseparable part of Assam’s national identity and cultural heritage. It embodies love, unity, and the promise of happiness and prosperity.
This year, as always, the Assamese community in Bangalore is coming together with immense enthusiasm and collective effort to celebrate Rongali Bihu. Join us for a grand celebration on:
📅 Date: 12th & 13th April 2025 (Saturday & Sunday)
📍 Venue: Freedom International School Ground, HSR Layout, Bangalore
⏰ Timings: 4 PM onwards
📌 Location: Google Maps Link
🎶 April 12th (Saturday) – Get ready to be mesmerized as the youth sensation, Assam’s very own Zubeen Garg, takes the stage with his electrifying performance, filling the night with music and energy!
🎶 April 13th (Sunday) – Experience the magic of melodies with the rising star of Assam’s music industry, Achurjya Borpatra, popularly known as “Bidur Bhai.” His soulful voice will captivate your hearts!
🎤 Adding to the festive spirit, our event will be hosted by Assam’s favorite comedian, emcee, and YouTube sensation, Harpal Saikia, who will keep you entertained throughout the celebrations.
Organized by Assam Society Bangalore, this 24th edition of the Rongali Bihu celebrations promises to be an unforgettable experience filled with music, dance, and cultural splendor. Your valuable presence, support, and participation will make this event a grand success!
Let’s come together, cherish our roots, and celebrate the spirit of Assam even while being miles away from home. See you there!
📞 Contact for Details: 9886675985 / 97390 03056
Location:-
Freedom International School Ground, HSR Layout
Google Map Link

This Page is exclusively for booking ASoB Spring Fest passes ! Visit Assam Society of Bangalore Website for more details.